अरुनाचल प्रदेशअर्ति

अर्जुन (Bodo) [ Roman: ar.jun]
Contributed by: Karishma Boro on 2023-09-06
1. Hinduism(Proper Noun-Masculine) the third brother of the Pandavas; the greatest archer of his time. পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷