पुष्पपुस्तक

पुष्पाञ्जली (Nepali)
Contributed by: Sitaram Upadhyaya on 2015-10-10
1. (Verbal Noun) a floral tribute to God or somebody who is dead. ভগৱান বা কোনো মৃত ব্যক্তিক ফুল আগবঢ়াই জনোৱা সন্মান৷ ভগৱানলৈ পূজা প্ৰাৰ্থনা আদিত ,কোনো মৃত ব্যক্তিৰ শ্ৰাদ্ধ, সকাম বা তিথিত তেওঁৰ প্ৰতি সন্মান জনাই পুষ্পাঞ্জলি অৰ্পণ কৰা হয়৷