ममतामरीच

मरिगाव (Bodo) [ Roman: mo.ri.gao]
Contributed by: Karishma Boro on 2023-09-18
1. Place(Proper Noun-Neuter) An administrative district in the state of Assam, India. The district headquarters are located at Marigaon. মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷