लखबनायलख्रा

लखिमपुर (Bodo) [ Roman: la.khim.pur]
Contributed by: Karishma Boro on 2023-09-18
1. Place(Proper Noun-Common &/or Masculine) Lakhimpur is an administrative district in the state of Assam in India. The district headquarters are located at North Lakhimpur. লখিমপুৰ বা লক্ষীমপুৰ হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ ইয়াৰ চাৰিসীমা হ’ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে যোৰহাট জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা৷ জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ৷