অংকটো‌ৱেওঅংকন কৰ্

অংকন (Assamese) [ Roman: ong.kon Origin: সং. (হেম১৩)]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-10
1. (Verbal Noun) the act drawing that is create a picture by pen and pencil on a writing surface such as paper. কাগজ, ফলি আদিত কলপ, দোৱাত আদিৰে কোনো চিত্ৰ তৈয়াৰ কৰা কাৰ্য
English: drawing, painting,
Assamese: অংকন, অঙ্কন, চিত্ৰণ, চিত্ৰাংকন, চিত্ৰাঙ্কন

Example Sentences:

1. তাই সুন্দৰ চিত্ৰ অংকন কৰে।