অংগনাঅংগবিদ্যা

অংগনৱাদী (Assamese) [ Roman: ong.gon.ba.di]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-01-06
1. (Proper Noun) A focal point under Ministry of Human Development for the delivery of services to children and mother's in rural & urban areas. মানৱ উন্নয়ন মন্ত্ৰনালয়ৰ অধীনত অনুন্নত আৰু পিচপৰা অঞ্চলসমূহৰ শিশু আৰু মাতৃসকলৰ সেৱা আগবঢ়াবৰ কাৰণে গঠন কৰা এটা প্ৰধান কেন্দ্ৰ্ৰ৷
English: anganwadi,
Assamese: অংগনৱাদী

Example Sentences:

1. মাকে তেখেতৰ তিনি বছৰীয়া ল'ৰাটোক অংগনৱাদীলৈ লৈ গৈছে।