অংশস্ৰাৱী ঘৰ্ম গ্ৰন্থিঅংশীদাৰিত্ব

অংশীদাৰ (Assamese) [ Roman: ong.xi.dar]
Contributed by: Rupankar Mahanta on 2007-01-15
1. (Common Noun-Common &/or Masculine) Person who take part or shares with another or others, esp. in business. আনৰ সৈতে কোনো কাম, বিশেষকৈ ব্যৱসায়ত অংশ লওঁতা।
English: partner, share holder,
Assamese: অংশীদাৰ, চৰিক, ভগিয়াৰ, ভগীয়া, ভাইগা bo , ভাগী, ভাগীদাৰ, সহভাগী,
Bodo: बिसिगि, लोगो,
Khasi: u lok,
Karbi: achor,
Nagamese: onghidar,
Tai: হোম্ পং,
Deori: বাগ-নিমায়া

Example Sentences:

1. তাইৰ সৈতে এই ব্যৱসায়ত মইও সমান অংশীদাৰ।