অকণোঅকণ্টকা

অকণ্টক (Assamese) [ Roman: o.kon.tok]
fm: অকণ্টকা
Contributed by: Biraj Kumar Kakati on 2008-02-17
1. (Proper Adj.) lacking sharp pointing out growths or thorns কাঁইট নথকা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-10
2. (Proper Adj.) having no thorn ( having no enemy or adversary or free from trouble) কোনো কাঁইট নথকা (অৰ্থাৎ কোনো শত্ৰু বা দুখ কষ্ট নথকাৰ ক্ষেত্ৰত ব্যৱহৃত)
English: unobjected, unopposed, unthorn,
Assamese: অকণ্টক, অপ্ৰতিদ্বন্দী, আপত্তিহীন, নিকণ্টকীয়া, নিষ্কণ্টক

Example Sentences:

1. পৃথিৱীৰ কোনো লোকেই অকণ্টক জীৱনৰ অধিকাৰী নহয়।