অকলেইঅকল্পিত

অকল্পনীয় (Assamese) [ Roman: o.kol.po.ni.yo Origin: সং.]
Contributed by: Rupankar Mahanta on 2006-11-08
1. (Proper Adj.-Neuter) Impossible to visualize or imagine যিটোৰ বিষয়ে কল্পনা কৰা বা ভবাও অসম্ভৱ
English: unimaginable,
Assamese: অকল্পনীয়, অভাৱনীয়, কল্পনাতীত

Example Sentences:

1. মানুহৰ জীৱনত কেতিয়াবা কিছুমান অকল্পনীয় ঘটনা ঘটি যায়।
2. সি সাগৰ তলিৰ অকল্পনীয় সৌন্দৰ্যতাত বিভোৰ হ'ল।