অকাজ্যঅকাঠী

অকাট্য (Assamese) [ Roman: o.ka.tyo Origin: সং.]
1. (Proper Adj.-Common) Impossible to refute or disprove or nullify. যাক যুক্তিৰে কাটিব নোবাৰি, খণ্ডন কৰিব নোৱৰা ৷
English: irrefutable,
Assamese: অকাট্য, অখণ্ডনীয়,
Bodo: दानगारनो हाथावै

Example Sentences:

1. তেওঁ এই অপৰাধ সমূহ সংঘতিত কৰাৰ অকাট্য প্ৰমাণ পোৱা গৈছে।