অকাম্যঅকাল কুষ্মাণ্ড

অকাল (Assamese) [ Roman: o.kal Origin: সং. (হেম১৩)]
Contributed by: Rupankar Mahanta on 2007-04-10
1. (Proper Adj.-Common) Occuring or happening before the usual or proper time নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বে ঘটা ঘটনা, যেনে অকাল মৃত্যূ
English: premature, untimely,
Assamese: অঋতু, অকাল, অবতৰুৱা, অসাময়িক, আবতৰীয়া

Example Sentences:

1. ছোৱালী জনীৰ অকাল মৃত্যু ঘটিল।

Contributed by: Biraj Kumar Kakati on 2007-04-10
2. (Proper Noun) Time which is not appropriate to do something. কোনো কাৰ্য্য কৰিবলৈ বা হোৱাৰ অনুপযুক্ত সময় ।