অক্ষোভেঅক্ষয়

অক্ষৌহিণী (Assamese) [ Roman: o.khyou.hi.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-02-24
1. (Abstract Noun) an army consisting of 21,870 chariots, as many elephants 65,610 horses and 1,09,350 foot-soldiers. আগৰ কালৰ সৈন্য-সংখ্যা [এক অক্ষৌহিণী সৈন্যত ১০,৯,৩৫০ পদাতি, ৬৫,৬১০ ঘোঁৰা, ২১,৮৭০ ৰথ আৰু ২১,৮৭০ হাতী-মুঠত ২,১৮,৭০০ সৈন্য থাকে৷