অখাতঅখাদ্য
অখাতিৰ (Assamese) [ Roman: o.kha.tir]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11
English: needless, unessential, unnecessary, useless,
Assamese: অখাতিৰ, অদৰকাৰী, অদৰ্কাৰী, অনাৱশ্যকীয়, অপহুতা, অপ্ৰয়োজনীয়, অলাগতিয়াল, এসাজী, গেৰণিয়া, নলগা, নিষ্প্ৰয়োজনীয়, বাজে, বাৰেবাংকৰা,
Bodo: खामानि गैयि,
Mising: kaboma:,
Karbi: Aleh kave, Asai kave, kenangne,
Deori: বাকিৰে, বাজে
অখাতিৰ (Assamese) [ Roman: o.kha.tir]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11
1. (Proper Adj.) without or no longer in need or requirement of প্ৰয়োজন নোহোৱা বা কামত নলগা