অঘৰংঅঘৱন্ত

অঘৰী (Assamese) [ Roman: o.gho.ri]
plc: -বোৰ, -সকল, dfc: -জন
1. (Common Noun-Common) a member of a people who have no fixed residence but move from place to place usually seasonally and within a well-defined territory; an individual who roams about স্থায়ী বাসস্থান নথকা, কিন্তু সাধাৰণতে কোনো কোনো ঋতুত ইঠাইৰ পৰা সিঠাইলৈ এক সীমিত এলেকাৰ ভিতৰত ঘূৰি ফুৰা লোক; এনেয়ে ঘূৰি ফুৰা কোনো লোক

Contributed by: Biraj Kumar Kakati on 2006-03-30
Ref: আধুনিক অসমীয়া শব্দকোষ
2. (Common Noun-Common &/or Masculine) A wanderer who has no established residence or visible means of support. কোনো স্থায়ী আবাস বা জীৱন নিৰ্বাহৰ পথ নথকা এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা লোক|

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-03
3. (Proper Adj.-Neuter) of, pertaining to, or characteristic of nomads. যাযাবৰ বা অঘৰী সকলৰ, তেওঁলোকৰ সৈতে জড়িত বা তেনে বৈশিষ্ট্য থকা।