অজড়অজয়া
অজয় (Assamese) [ Roman: o.joy Origin: সং. (হেম১৩)]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-09
English: invincible, unbeatable, unconquerable,
Assamese: অখণ্ডিত, অজেয়, অজয়, অপৰাজেয়, অভঙ্গ, দুৰ্জেয়, দুৰ্জয়, পৰাক্ৰমী, মহাবাহু,
Bodo: फेजेननो हायै,
Tai: উম্ পে
অজয় (Assamese) [ Roman: o.joy Origin: সং. (হেম১৩)]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-09
1. (Proper Adj.-Common) Too powerful to be defeated or overcome.
যাক জিনিব নোৱাৰি, পৰাস্ত কৰিব নোৱাৰা, হৰুৱাব নোৱাৰা|