অধিপ্ৰাপ্তিঅধিবাস

অধিবক্তা (Assamese) [ Roman: o.dhi.bok.ta]
co.adj: বিখ্যাত~, ভাল~, plc: -সকল, dfc: -গৰাকী, -জন
Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
1. Legal(Common Noun-Common) a person who is trained and qualified to advise people on legal issues and can represent them in the court, a person who is engaged in the legal professon আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|