অধিহাৰঅধিৰথ

অধিৰচনা (Assamese) [ Roman: o.dhi.ro.so.na]
Contributed by: Partha P Sarmah on 2007-12-20
1. (Material Noun-Neuter) a structure built on the top of another. কোনো গাঁঠনিৰ ওপৰত বনোৱা আন গাঁঠনি৷

Contributed by: Partha P Sarmah on 2007-12-20
2. (Material Noun-Neuter) systems and beliefs in a society that have developed from simple ones কোনো সমাজৰ সহজ সৰল ধ্যান ধাৰণা, সামাজিক ব্যৱস্থা আদিৰ পৰা বিকশিত হোৱা উচ্চ পৰ্য্যায়ৰ ধ্যান ধাৰণা,ব্যৱস্থা।