অনন্তবীৰ্যঅনন্তস্থায়ী

অনন্তমূল (Assamese) [ Roman: o.non.to.mul]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-07
1. Plants(Proper Noun-Neuter) a species of plant that is found in South Asia. Roots are woody and aromatic. It is used to make beverages and also used in traditional medicine. দক্ষিণ এছিয়াৰ দেশসমূহত উপলভ্য এবিধ বনৰীয়া লতা-জাতীয় উদ্ভিদ ৷ ইয়াৰ টান শিপাবোৰ গন্ধযুক্ত ৷ পৰম্পৰাগতভাৱে ইয়াক পানীয় আৰু আয়ুৰ্বেদিক দৰৱ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ৷