অনস্বৰঅনা-অসমীয়া

অনা (Assamese) [ Roman: o.na]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-29
1. (Adposition) not having or doing something, or lacking something নথকা, নকৰা বা নোহোৱা
English: without,
Assamese: অনা, অবিহনে, বিনা-, বিনে, বিহীন, ব্যতিৰেকে, ব্যতীত, ৰহিত,
Meeteilon: yaodana,
Dimasa: niyahi,
Tai: পা পিং,
Nepali: बिना

Example Sentences:

1. তুমি অনাহকত তাইক গালি দিলা।

Contributed by: Partha P Sarmah on 2008-02-16
2. (Abstract Noun) coin equal to one-sixteenth of an Indian rupee. এটকাৰ ষোল্ল ভাগৰ এভাগ মূল্যৰ পইচা৷ যেনে: চাৰি অনা অৰ্থাৎ 25 পইচা, বাৰ অনা অৰ্থাৎ 75 পইচা৷
English: anna,
Assamese: অনা

Example Sentences:

1. আগৰ দিনত চাৰি অনা দি ধেৰ বস্ত্ত কিনিব পাৰিছিলো।