অনিয়ন্ত্ৰিতঅনিয়মিত
অনিয়ম (Assamese) [ Roman: o.ni.yom]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-02-24
English: misbehave, misconduct,
Assamese: অকৃতি, অধাচাৰ, অনাচাৰ, অনিয়ম, অশোভনাচৰণ, অসদাচৰণ, অৰীতি, কদাচৰণ, কুব্যৱহাৰ, দুষ্টাচাৰ, দুৰাচাৰ, ভ্ৰষ্টাচাৰ,
Bodo: गाज्रि आखु बाहायनाय, दुरबेबहार खालामनाय
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-05
Contributed by: Mousumi Konwar on 2023-01-17
অনিয়ম (Assamese) [ Roman: o.ni.yom]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-02-24
1. (Abstract Noun) unacceptable or improper behaviour. বেয়া আচৰণ ।
Assamese: অকৃতি, অধাচাৰ, অনাচাৰ, অনিয়ম, অশোভনাচৰণ, অসদাচৰণ, অৰীতি, কদাচৰণ, কুব্যৱহাৰ, দুষ্টাচাৰ, দুৰাচাৰ, ভ্ৰষ্টাচাৰ,
Bodo: गाज्रि आखु बाहायनाय, दुरबेबहार खालामनाय
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-05
2. (Abstract Noun) the state or quality of being irregular; a breach of a convention or normal procedure নিয়মবৰ্জিত অৱস্থা বা গুণ; পৰম্পৰা বা সাধাৰণভাৱে গৃহীত পদ্ধতিৰ বিপৰীত অৱস্থা
Contributed by: Mousumi Konwar on 2023-01-17
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
3. (Abstract Noun) a departure from normal practice or behaviour.