অনুজ্ঞাপত্ৰধাৰীঅনুজ্ঞাপ্ৰাপ্ত

অনুজ্ঞাপন (Assamese) [ Roman: o.nu.gya.pon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-30
1. Business-Commerce-Economics(Verbal Noun) the act or the process of issuing formal permission from a governmental or other constituted authority to do something, as to carry on some business or profession কোনো কাম, যেনেঃ বেহা-বেপাৰ বা বৃত্তিগত ব্যৱসায় আদি চলোৱাৰ বাবে চৰকাৰ বা কোনো কৰ্ত্তৃত্বশীল বিষয়াৰ দ্বাৰা অনুমতি দিয়া কাৰ্য্য বা প্ৰক্ৰিয়া