অপদস্থকৰণঅপদী
অপদাৰ্থ (Assamese) [ Roman: o.po.dar.tho]
Contributed by: Bikram M Baruah on 2008-06-13
English: balderdash, futile, good for nothing, useless, vain,
Assamese: অকৰ্মণ্য, অথল, অন্তঃসাৰশূন্য, অপদাৰ্থ, অবস্তু, অসাৰ, অৰ্থহীন, নিঃসত্ত্ব, বাংকৰা, বৃথা, সাৰশূন্য,
Bodo: नंखाय,
Mising: jummang,
Khasi: bym larkam,
Garo: bite gri, dal.nikgipa,
Meeteilon: kannadaba,
Dimasa: bidin, hagalai,
Deori: পিমজুৰু, পুচ-পাচ, বাকিৰে
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
English: worthless,
Assamese: অকাজভাগী, অকামিলা, অকাল কুষ্মাণ্ড, অকৰ্মণ্য, অপগণ্ড, অপদাৰ্থ, অপোগণ্ড, অভাজন, অসাঠনী, আলাবাদু, এলাংএথাং, এলাইজাবৰী, এলাইবাদু, এলাবাং, এলাবাদু, কেলেপা, খাই-গাহৰি, গৰ-লায়ক, চহাল, ছেলোমণি, ধুমুৰা, ধুম্ৰা, নালায়ক, নালায়েক, নেচন, ভতুৱা, ৰদী, ৰদ্দী,
Bodo: उदायै,
Nagamese: ilagi,
Deori: এলেবাং, কিতাং, গৰিয়া-কুৰুবা
অপদাৰ্থ (Assamese) [ Roman: o.po.dar.tho]
Contributed by: Bikram M Baruah on 2008-06-13
1. (Proper Adj.) Serving no purpose and so having no utility. কোনো কামত নহা বা অদৰকাৰী।
Assamese: অকৰ্মণ্য, অথল, অন্তঃসাৰশূন্য, অপদাৰ্থ, অবস্তু, অসাৰ, অৰ্থহীন, নিঃসত্ত্ব, বাংকৰা, বৃথা, সাৰশূন্য,
Bodo: नंखाय,
Mising: jummang,
Khasi: bym larkam,
Garo: bite gri, dal.nikgipa,
Meeteilon: kannadaba,
Dimasa: bidin, hagalai,
Deori: পিমজুৰু, পুচ-পাচ, বাকিৰে
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
2. (Proper Adj.-Common) one who is not worth of doing anything. কামৰ অযোগ্য, একো নজনা।