অবিশ্বাস্যঅবিশ্ৰাম
অবিশ্ৰান্ত (Assamese) [ Roman: o.bis.ran.to]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-01-20
English: ceaseless, continual, continuous, incessant, non-stop, unending, unhindered,
Assamese: অনবৰ, অনাৰত, অনৱচ্ছিন্ন, অবাধ, অবিচ্ছিন্ন, অবিশ্ৰান্ত, অবিৰত, অবিৰল, অবিৰাম, ধাৰাবাহিক, ধাৰাসাৰ, নিৰন্তৰ, নিৰৱকাশ, নিৰৱচ্ছিন্ন, নেৰানেপেৰা, বিৰতিবিহীন, বিৰামহীন, লেথাৰি নিছিগা, লেথাৰি-নিছিগা, লেলপেল, ৰমৰমীয়া,
Bodo: जावले जावले, थादनाय गैयै,
Garo: donchanggija, dondikgija, matchotgija,
Deori: লেলেতিয়া
b. Abstract Noun: continuance, প্ৰচলন, প্ৰৱৰ্তন, প্ৰৱৰ্ত্তন...
c. Verb-Trans.: continue, গৈ থাক্, টান্...
d. Abstract Noun: continuity, অবিশ্ৰাম, ধাৰাবাহিকতা, নিৰৱচ্ছিন্নতা...
Contributed by: ৰূপকমল on 2007-04-02
English: indefatigable, persevering, tireless, unwearied,
Assamese: অক্লান্ত, অক্লিষ্ট, অবিশ্ৰান্ত, অশ্ৰান্ত, নিৰলস, ব্যৱসায়াত্মিকা,
Bodo: मावथि, में रोङै,
Dimasa: lengjaoyah
অবিশ্ৰান্ত (Assamese) [ Roman: o.bis.ran.to]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-01-20
1. (Proper Adj.-Common) Uninterrupted in time and indefinitely long continuing. একেৰাহে বহুত সময় ধৰি চলি থকা|
Assamese: অনবৰ, অনাৰত, অনৱচ্ছিন্ন, অবাধ, অবিচ্ছিন্ন, অবিশ্ৰান্ত, অবিৰত, অবিৰল, অবিৰাম, ধাৰাবাহিক, ধাৰাসাৰ, নিৰন্তৰ, নিৰৱকাশ, নিৰৱচ্ছিন্ন, নেৰানেপেৰা, বিৰতিবিহীন, বিৰামহীন, লেথাৰি নিছিগা, লেথাৰি-নিছিগা, লেলপেল, ৰমৰমীয়া,
Bodo: जावले जावले, थादनाय गैयै,
Garo: donchanggija, dondikgija, matchotgija,
Deori: লেলেতিয়া
Different POS:
a. Adverb-Neuter: ceaselessly, constantly, continually, continuously, incessantly...b. Abstract Noun: continuance, প্ৰচলন, প্ৰৱৰ্তন, প্ৰৱৰ্ত্তন...
c. Verb-Trans.: continue, গৈ থাক্, টান্...
d. Abstract Noun: continuity, অবিশ্ৰাম, ধাৰাবাহিকতা, নিৰৱচ্ছিন্নতা...
Contributed by: ৰূপকমল on 2007-04-02
2. (Proper Adj.-Common) not demotivated or lose energy even after repeated or long hours of work. বহু সময় কাম কৰাৰ পিছতো শক্তি আৰু উত্সাহ ক্ষয় নোহোৱা।
Assamese: অক্লান্ত, অক্লিষ্ট, অবিশ্ৰান্ত, অশ্ৰান্ত, নিৰলস, ব্যৱসায়াত্মিকা,
Bodo: मावथि, में रोङै,
Dimasa: lengjaoyah