অমঙ্গলসূচকঅমচ্চা চ্চিতু
অমঙ্গলীয়া (Assamese) [ Roman: o.mog.go.li.ya]
alt: অমংগলীয়া
Contributed by: ৰূপকমল on 2007-03-31
English: inauspicious,
Assamese: অমংগলীয়া, অমঙ্গলীয়া, অযাতৰীয়া, অলক্ষ্মী, অশুভজনক, আত্যয়িক, আপʼইদা bo , আপদীয়া, ঔৎপাতিক, কুগ্ৰহীয়া, কুলক্ষণী, কুলক্ষণীয়া, বিলক্ষণী, বিলক্ষণীয়া, শনাহী, ৰাওমুৱা,
Bodo: अमंगल, आफोदगोनां, खुंखिनि,
Nepali: अमंगल, कुलक्षण
অমঙ্গলীয়া (Assamese) [ Roman: o.mog.go.li.ya]
alt: অমংগলীয়া
Contributed by: ৰূপকমল on 2007-03-31
1. (Proper Adj.-Common) showing signs that something bad will happen. কিবা এটা বেয়া হোৱাৰ সংকেত দিয়া।