অমৃতঅমৃতফল

অমৃতপ্ৰভা (Assamese) [ Roman: o.mrit.pro.bha]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-04
1. Historial(Proper Noun-Feminine) She is daughter of Assam king, married to Meghbhahan of Kashmir during first century AD. অমৃতপ্ৰভা (১ম শতিকা) অসমৰ জীয়ৰী বুলি কথিত৷ সয়ন্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল৷ বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়৷ পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহন কৰে৷ অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে `অমৃত ভৱন` নামৰ এক বিহাৰ স্থাপন কৰিছিল৷