অলঙ্কৰণঅলঙ্ঘ্য

অলঙ্ঘনীয় (Assamese) [ Roman: o.long.gho.niyo]
Contributed by: Biraj Kumar Kakati on 2008-03-28
1. (Proper Adj.-Neuter) Secure from destruction, violence, infringement, or desecration. অমান্য কৰিব নোৱাৰা; পাৰ হৈ যাব নোৱাৰা|

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-08
2. (Adjective Adj.) incapable of being surmounted, passed over, or overcome. জাপ মাৰি পাৰ হ’ব নোৱাৰা বা অতিক্ৰম কৰিব নোৱাৰা।