অসিব্ৰতঅসীমত যাৰ হেৰাল সীমা

অসীম (Assamese) [ Roman: o.xim]
Contributed by: Biraj Kumar Kakati on 2007-04-22
1. (Proper Adj.-Common) Something that does not have any limit in range or scope. যাৰ পৰিধিৰ কোনো সীমা নাই

Contributed by: Bikram M Baruah on 2007-04-22
2. (Abstract Noun) the assumed limit of a sequence, series, or space, that increases without bound কোনো সীমা নোহোৱাকৈ বাঢ়ি যাব পৰা কোনো শ্ৰেণী বা স্থানৰ ধাৰণা কৰা পৰিধি