অৰ্থবোধঅৰ্থময়
অৰ্থভাণ্ডাৰ (Assamese) [ Roman: or.tho.bhan.dar]
Contributed by: Anjali Sonowal on 2009-10-27
English: treasury,
Assamese: অৰ্থভাণ্ডাৰ, কোষাগাৰ, খাজনাগাৰ, খাজাঞ্চিখানা, ধন-ভঁৰাল, ধনভাণ্ডাৰ, ধনাগাৰ,
Bodo: धोन बाख्रि, रांबाख्रि
অৰ্থভাণ্ডাৰ (Assamese) [ Roman: or.tho.bhan.dar]
Contributed by: Anjali Sonowal on 2009-10-27
1. (Abstract Noun-Neuter) Department managing public funds and revenue of a state or a place for these purposes ৰাজ্য এখনৰ ৰাজহ আৰু ৰাজহুৱা পূঁজি পৰিচালনা বা ব্যৱস্থাপনা কৰা বিভাগ, অথবা তেনে কাম কৰা স্থান
Assamese: অৰ্থভাণ্ডাৰ, কোষাগাৰ, খাজনাগাৰ, খাজাঞ্চিখানা, ধন-ভঁৰাল, ধনভাণ্ডাৰ, ধনাগাৰ,
Bodo: धोन बाख्रि, रांबाख्रि