অৰ্দ্ধনমিতঅৰ্দ্ধবীক্ষণ

অৰ্দ্ধপৰিবাহী (Assamese) [ Roman: or.dho.po.ri.ba.hi]
Contributed by: Rupankar Mahanta on 2007-11-07
1. (Material Noun-Neuter) Any of various solid crystalline substances, such as germanium or silicon, having electrical conductivity greater than insulators but less than good conductors, and used especially as a base material for computer chips and other electronic devices. মধ্যমীয়া পৰিবাহিতা-যুক্ত জাৰ্মেনিয়াম বা চিলিকন আদিৰ দৰে স্ফটিকজাতীয় পদাৰ্থ, যিবিলাক সাধাৰণতে কম্পিউটাৰৰ চিপ্ আৰু আন বৈদ্যুতিন যতন তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ হয়।