আইজাক নিউটনআইটি

আইটনীয়া (Assamese) [ Roman: ai.to.ni.ya]
Contributed by: Mousumi Konwar on 2022-12-05
1. Ahom Dynasty(Proper Adj.-Common) They are one of the largest Tai tribes. Real name is Tai-Aiton. They have their own language but are gradually becoming bilingual and the language is on the verge of extinction. They are Buddhists and their main settlement is in the eastern part of the present-day Golaghat district. এইসকল বৃহত্তৰ টাই জনগোষ্ঠীৰ অন্যতম ফৈদ; প্ৰকৃত নাম টাই-আইটন৷ নিজস্ব ভাষা আছে যদিও ক্ৰমশঃ দ্বিভাষী হৈ পৰিছে আৰু নিজস্ব ভাষা লুপ্ত হোৱাৰ পথত৷ বৌদ্ধ ধৰ্মীয় এইসকল লোকৰ প্ৰধান বসতি স্থান হ`ল বৰ্তমানৰ গোলাঘাট জিলাৰ পূব অঞ্চল৷