আক্ৰমনআক্ৰামক

আক্ৰান্ত (Assamese) [ Roman: a.kran.to]
1. (Proper Adj.-Common) Containing or resulting from disease-causing organisms. কোনো বেমাৰ-আজাৰ আদিৰ কৱলত পৰা ৷

Contributed by: Rupankar Mahanta on 2006-03-28
2. (Verbal Adj.) Attacked or infected by (a disease or a natural calamity or human misdeeds) (কোনো ৰোগ বা প্ৰাকৃতিক দুৰ্য্যোগ অথবা মানুহৰ কুকৰ্মৰ) আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত