আখৰ জোঁটাআখৰকেইটাক

আখৰ-জোঁটনি (Assamese) [ Roman: a.khor-jo`.to.ni]
Contributed by: Partha P Sarmah on 2007-04-20
1. Language-Linguistics(Abstract Noun) the way a word is spelt; the act of forming word correctly from individual letters; the ability to do this বৰ্ণমালাৰ গাইগুটীয়া আখৰৰ পৰা শুদ্ধকৈ শব্দ ৰচনা কৰা প্ৰক্ৰিয়া বা এই কাম কৰাৰ সক্ষমতা