আখৰোটআগ ভেটি ধৰ্

আগ (Assamese) [ Roman: ag]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-14
1. (Abstract Noun) That part or side that is forward, or most often seen or used. আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
English: front, progressive,
Assamese: অগ্ৰভাগ, আগ, আগফাল, আগভাগ, মূৰা, সন্মূখ, সমুখ, সম্মুখ,
Bodo: मोखां बाहागो, सिगांनि बाहागो,
Mising: kerang,
Khasi: ka khmat,
Garo: mikkango,
Karbi: aphrang,
Nagamese: homuh,
Dimasa: sgang,
Tai: কা-না, না,
Rabha: খুমাং,
Deori: দুগজুপি, দুগজুমাই-কেবা,
Hajong: আগ

Example Sentences:

1. তেওঁলোকৰ আগ চোতালত এজোপা কৃষ্ণচূড়া গছ আছে।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-30
2. (Material Noun-Neuter) a slender or pointed end or extremity, esp. of anything long or tapered. ক্ষীণ আৰু জোঙা শেষৰ অংশ, বিশেষকৈ যিকোনো দীঘলীয়া আৰু জোঙা বস্তুৰ।

আগ (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-14
3. (Abstract Noun) That part or side that is forward, or most often seen or used. আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷