আগচুলিআগচ্

আগচোতাল (Assamese) [ Roman: ag.so`.tal]
Contributed by: Partha P Sarmah on 2011-02-28
1. (Material Noun-Neuter) a flat, hard area in front of the house where people sit or store something. ঘৰৰ আগফালে মানুহ বহিবলৈ বা কিবা থবলৈ ব্যৱহাৰ কৰা মুকলি, সমান আৰু টান স্থান৷