আগলতিআগলি কলপাত

আগলি (Assamese) [ Roman: a.go.li]
Contributed by: Partha P Sarmah on 2008-10-25
1. (Adjective Adj.) the tip or the top front part of something, esp. leaf, bamboo etc. দাল,পাত,বাঁহ আদিৰ একেবাৰে আগৰ বা ওপৰৰ অংশ৷ যেনেঃ আগলি কলপাত৷ দালৰ ক্ষেত্ৰত আগ-দাল বুলিও কয়৷
Assamese: আগলি