আচাৰবিহীনআচাৰ্য্য

আচাৰ্য (Assamese) [ Roman: a.sar.jo]
Contributed by: Biraj Kumar Kakati on 2008-02-09
1. (Common Noun-Common) The honorary, nonresident, titular head of a university. বিশ্ববিদ্যালয়ৰ অধ্যক্ষ; বিশ্ববিদ্যালয়ৰ সন্মানজনক, প্ৰবাসী আৰু নামমাত্ৰ মুৰব্বী | সাধাৰণতে কোনো ৰাজ্যৰ ৰাজ্যপালগৰাকীয়ে সেই ৰাজ্যত থকা বিশ্ববিদ্যালয়ৰ আচাৰ্য্য হয় |