আটকাধীনআটক্-ধুনীয়া
আটকীয়া (Assamese) [ Roman: a.to.ki.ya]
Contributed by: Mousumi Hazarika on 2008-04-01
English: rare,
Assamese: অঁচাৰ-পঁচাৰ, অনপু-অধপু, অপ্ৰাপ্য, অসমধ, আটকীয়া, আপুৰুগীয়া, দুষ্প্ৰাপ্য, দুৰ্লভ, দুৰ্লভ্য, নাদিৰ, বিৰল,
Bodo: आगोमा, मोननो गोयै,
Khasi: bym kham don,
Garo: nikronggijagipa,
Deori: নিমানই-জা, নিমায়ামা
আটকীয়া (Assamese) [ Roman: a.to.ki.ya]
Contributed by: Mousumi Hazarika on 2008-04-01
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Proper Adj.) Not widely known; especially valued for its uncommonness. যিটো পাবলৈ টান তেনে কোনো সম্পদ |Assamese: অঁচাৰ-পঁচাৰ, অনপু-অধপু, অপ্ৰাপ্য, অসমধ, আটকীয়া, আপুৰুগীয়া, দুষ্প্ৰাপ্য, দুৰ্লভ, দুৰ্লভ্য, নাদিৰ, বিৰল,
Bodo: आगोमा, मोननो गोयै,
Khasi: bym kham don,
Garo: nikronggijagipa,
Deori: নিমানই-জা, নিমায়ামা