আতপৰেআতা

আতলচ (Assamese) [ Roman: at.los]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-28
1. (Common Noun) The Custard-apple is a species of Annona. A similar fruit, the sugar-apple (Annona squamosa), is also called the sweetsop. The tree that bears these fruits is a small deciduous or semi-evergreen tree sometimes reaching 10 metres (33 ft) tall and prefers low elevations, and a warm, humid climate. In many parts of the world including Southeast Asia, Taiwan, India, Australia, and Africa. The fruits are variable in shape. The size ranges from 7 centimetres (2.8 in) to 12 centimetres (4.7 in). When ripe, the fruit is brown or yellowish, with red highlights. The flavor is sweet and pleasant. গাত টেমুনা আৰু ভিতৰত ফুট থকা এবিধ ফল৷ এই ফলবিধৰ মিঠা-আপেল (এনোনা স্কুৱামোচা) নামৰ প্ৰজাতিৰ লগত সাদৃশ্য আছে৷ এইবিধ ফলৰ গা-গছ জোপা মধ্যমীয়া উচ্চতাৰ হয়৷ ইহঁতৰ উচ্চতা প্ৰায় ১০ মিটাৰ (৩৩ ফুট) মানৰ ভিতৰত হয়৷ এই ফলবিধ গৰম আৰু আৰ্দ্ৰীয় অঞ্চল যেনে- দক্ষিণ-পূব এছিয়া, টাইৱান, ভাৰত, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এই ফলবিধৰ আকৃতি ভিন্ন ধৰণৰ হয়৷ এই ফলবিধৰ আকাৰ ৭ চে:মি (২.৮ ইঞ্চি) ৰপৰা আৰম্ভ কৰি ১২ চে:মি (৪.৭ ইঞ্চি) পৰ্যন্ত হয়৷ যেতিয়া এই ফলবিধ পকে তেতিয়া বাদামী আৰু হালধীয়া ৰঙৰ হয় আৰু ইহঁতৰ বৰ্হি অংশত থকা ৰঙা ৰঙৰ সিৰাবোৰ পৰিস্ফুট হৈ পৰে৷ এই ফলবিধ বৰ সোৱাদযুক্ত৷