আত্মনিষ্ঠতাআত্মনিয়ন্ত্ৰিত

আত্মনিয়ন্ত্ৰণ (Assamese) [ Roman: at.mo.ni.yon.tron]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-22
1. (Abstract Noun) Restraint of one"s emotions, desires, or inclinations; self-control. নিজৰ আৱেগ, অনুভূতি আদিক দমাই ৰখা কাৰ্য্য৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-28
2. Political Science(Abstract Noun) the determining by the people of the form their government shall have, without reference to the wishes of any other nation, esp. by people of a territory or former colony আন দেশ, বিশেষকৈ পূৰ্বে শাসন চলোৱা কোনো ৰাষ্ট্ৰৰ প্ৰভাৱ নোহোৱাকৈ এখন দেশৰ জনতাই নিজ দেশৰ চৰকাৰ কেনে হ’ব তাক ঠিৰ কৰিব পৰা ব্যৱস্থা