আত্মৰক্ষাআত্যন্তিক

আত্মৰক্ষামূলক (Assamese) [ Roman: at.mo.ro.khya.mu.lok]
Contributed by: Partha P Sarmah on 2008-09-10
1. (Adjective Adj.) protective or protecting somebody/something against an attack কাৰোবাক বা কিহবাক আক্ৰমণৰ পৰা ৰক্ষা কৰা কিন্তু নিজে প্ৰথমে আক্ৰমণ নকৰা (নীতি, কৌশল)৷