আদাআদাকৰি

আদা-আলু (Assamese) [ Roman: a.da-a.lu]
Contributed by: Biraj Kumar Kakati on 2011-01-07
1. Vegetables(Proper Noun-Neuter) Dioscorea aculeata; the root is of a sweetish taste and it is cultivated in India. The tubers are dug, in the cold season and taken as a food. ডায়’স্ক’ৰিয়া একুলিয়েটা; ইয়াৰ আলু-আকৃতিৰ শিপাৰ সোৱাদ মিঠা আৰু ভাৰতত ইয়াৰ খেতি কৰা হয় ৷ জাৰকালি ইয়াৰ আলু খন্দা হয় আৰু খাদ্য হিচাপে গ্ৰহণ কৰা হয় ৷