আধিলৈ দেআধিয়াৰসকলকে

আধিয়াৰ (Assamese) [ Roman: a.dhi.yar]
Contributed by: Partha P Sarmah on 2010-10-30
1. (Common Noun-Common &/or Masculine) a farmer who gives a part of his/her crop to the owner of the land where he cultivates. The farmer does not have the ownership of the cultivated land. আধিলোৱা খেতিয়ক; যি নিজৰ খেতিৰ কিছু এক অংশ খেতি কৰিবলৈ লোৱা মাটিৰ গৰাকীক দিয়ে৷আধিয়াৰৰ সাধাৰণতে মাটিৰ গৰাকীস্বত্ব নাথাকে৷
English: share cropper,
Assamese: আধিয়াৰ