আন্তৰাষ্ট্ৰীয়আন্তৰিকতা

আন্তৰিক (Assamese) [ Roman: an.to.rik]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
1. (Proper Adj.-Neuter) warm-hearted; affectionate; cordial; jovial: a hearty welcome. হৃদয় বা অন্তৰৰ উম সহিত; অন্তৰৰ পৰা প্ৰকাশ কৰা।

Contributed by: Himasri Das on 2023-09-03
2. (Proper Adj.-Common) free from pretence or deceit; proceeding from genuine feelings. অভিনয় বা প্ৰতাৰণাৰ পৰা মুক্ত প্ৰকৃত অনুভূতিৰ পৰা আগবাঢ়ি যোৱা৷
English: sincere,
Assamese: আন্তৰিক