আভোকীয়াআভ্যন্তৰিক

আভোগ (Assamese) [ Roman: a.bho`g]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-05
1. Poems(Abstract Noun) the last line of a poem or lyric, in which the name of the author is mentioned গীত বা কবিতাৰ ভণিতা-যুক্ত অন্তিম শাৰী বা পদ, যেনেঃ কহয় মাধৱ মাই কিনো তপসাইলা ৷ ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ৷৷
Assamese: আভোগ