আলোকসজ্জাআলোকহীন

আলোকস্তম্ভ (Assamese) [ Roman: a.lo’k stom.bho]
Contributed by: Partha P Sarmah on 2008-04-24
1. (Material Noun-Neuter) a very tall tower or similar building with a flashing light to warn and guide ships at sea. সাগৰৰ পাৰত থকা এটা অতি ওখ স্তম্ভ৷ ইয়াৰ পৰা পঠিওৱা উজ্বল পোহৰৰ সহায়েৰে জাহাজ আদিক দিগদৰ্শন কৰা হয়৷