আশোৱাৰীআশ্চৰ্যজনক

আশ্চৰ্য (Assamese) [ Roman: a.ssor.jyo]
1. (Abstract Noun) the sudden feeling when something unexpected or strange is experienced. কোনো অপ্ৰত্যাশিত বা আচৰিত ধৰণৰ বস্তু বা ঘটনাৰ হঠাত্ সন্মূখীন হ’লে হোৱা অনুভূতি।