আয়জনকআয়ত-নয়না
আয়ত (Assamese) [ Roman: ayot]
Contributed by: ৰূপকমল on 2007-03-14
English: rectangle,
Assamese: আয়ত, আয়তক্ষেত্ৰ,
Bodo: आयट दबलाय,
Khasi: sawdong,
Karbi: chongplang
Contributed by: Biraj Kumar Kakati on 2007-03-14
English: dependent, reliant, subordinate,
Assamese: অধঃস্থ, অধস্তন, অধীন, অনুজীৱী, আয়ত, কেলপণীয়া, তলতীয়া, নাথৱন্ত, নিৰ্ভৰশীল, পৰনিৰ্ভৰ, পৰনিৰ্ভৰশীল, পৰবশ, পৰাধীন, পৰাশ্ৰিত, পৰোপজীৱী, পৰৱশ,
Bodo: सोनारनाय,
Bangla: পরাধীন, পৰাধীন,
Nepali: निर्भर,
Deori: কুময়, চ্চুলেৰুবা, মিচ্চিয়-কুমহ, মিচ্চিয়না-হায়া
আয়ত (Assamese) [ Roman: ayot]
Contributed by: ৰূপকমল on 2007-03-14
1. (Abstract Noun-Neuter) a plane figure with four straight sides and four right angles, esp. other than a sqaure এটা চতুৰ্ভূজ, যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, আৰু প্ৰতিটো কোণ একোটা সমকোণ
Assamese: আয়ত, আয়তক্ষেত্ৰ,
Bodo: आयट दबलाय,
Khasi: sawdong,
Karbi: chongplang
Different POS:
a. Proper Adj.-Neuter: rectangular, আয়তাকাৰ...Contributed by: Biraj Kumar Kakati on 2007-03-14
2. (Proper Adj.-Common &/or Masculine) Unable to exist without support from something else. অইনৰ অধীন বা লোকৰ সহায় সহযোগত জীয়াই থকা৷
Assamese: অধঃস্থ, অধস্তন, অধীন, অনুজীৱী, আয়ত, কেলপণীয়া, তলতীয়া, নাথৱন্ত, নিৰ্ভৰশীল, পৰনিৰ্ভৰ, পৰনিৰ্ভৰশীল, পৰবশ, পৰাধীন, পৰাশ্ৰিত, পৰোপজীৱী, পৰৱশ,
Bodo: सोनारनाय,
Bangla: পরাধীন, পৰাধীন,
Nepali: निर्भर,
Deori: কুময়, চ্চুলেৰুবা, মিচ্চিয়-কুমহ, মিচ্চিয়না-হায়া