ই-প্ৰকাশনই-সি

ই-মেইল (Assamese) [ Roman: i-me.il]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-02
1. (Proper Noun) A system for sending and receiving messages electronically over a computer network, as between personal computers. e-mail has become one of the most widely used aspects of the Internet, because it provides a means of mass communication to almost anywhere in the world at high speed. কম্পিউটাৰ নেট্‌ৱৰ্কৰ দ্বাৰা বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিব পৰা এটা পদ্ধতি ৷ ইণ্টাৰনেটৰ সহায়ত অতি ক্ষিপ্ৰতাৰে বাৰ্তা প্ৰেৰণ কৰিব পৰা বৰ্তমান সময়ৰ ই এটা আধুনিক ব্যৱস্থা ৷
English: e-mail,
Assamese: ই-মেইল,
Bodo: इमेल