ইংৰাজ বিদ্বেষীইংৰাজী অনুৰাগী

ইংৰাজী (Assamese) [ Roman: ing.ra.ji]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-23
1. (Proper Adj.-Common) English, related to England ইংৰাজৰ বা ইংলেণ্ড সম্পৰ্কীয়

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-23
2. (Abstract Noun) the language originally spoken in England; now considered to be the lingua franca of the world আদিতে ইংলেণ্ডৰ কথিত ভাষা, এতিয়া সমগ্ৰ বিশ্বৰ সংযোগী ভাষা হিচাপে মনা হয়
English: english,
Assamese: ইংৰাজী,
Nagamese: angraji, inglis,
Tiwa: phareng