ইজাল-বিজালইজাৰদাৰ

ইজাৰ (Assamese) [ Roman: i.jar]
Contributed by: Biraj Kumar Kakati on 2010-05-26
1. (Material Noun-Neuter) a loose-fitting trousers tied by a drawstring around the waist or nightclothes worn for sleeping worn by men and women. পুৰুষ মহিলাই চুৰিদাৰ বা চাৰ্টৰ লগত পিন্ধা বা ৰাতি শুবলৈ ককালত পিন্ধা এটা দীঘল ঢিলা পেণ্ট ৷

Contributed by: Biraj Kumar Kakati on 2010-05-26
2. (Material Noun-Neuter) A contract granting use or occupation of property during a specified period in exchange for a specified rent. ঘাট, বিল, মাটি আদি খাবলৈ বা দখল কৰিবলৈ স্বত্ব দিয়া পট্টা ৷